পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৪৩
 


জয়দেব মহন্তক বিবাহ দিয়ালে। গুণাভিৰামে এই কন্যাটিক সম্প্ৰদান কৰে৷ কিয়নো কন্যাৰ পিতা তেতিয়া পীড়িত আছিল।

 এই ১৮৫৮ চনতে ফুকনে ৫০০০, টকাৰ বাৰ্ষিক শতকৰা ৫্ টকা সুদৰ কোম্পানীৰ প্ৰমিচৰী নোট গুৱাহাটীৰ বিচৰ চাহাবৰ যোগে কিনে। ইয়াৰ পূৰ্ব্বে তেওঁ এই ৰূপ ধন সঞ্চয় কৰিব পৰা নাছিল।