পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
আনন্দৰাম ঢেকিয়াল
 


চনত তেওঁবিলাকৰ এটি পুত্ৰ জন্মে, সেই পুত্ৰৰ নাম শ্ৰীমান দেবেন্দ্ৰৰাম ৰাধিকাৰাম এতিয়ালৈকে ইংলণ্ডৰপৰা অহা নাই। আশা কৰা গৈছে শীঘ্ৰে স্বদেশলৈ নিৰ্বিঘ্নে আৰু কৃতকাৰ্য্য হৈ আহিব। অন্নদাৰামে চাহৰ কৃষি আৰু ৰাণিজ্য আৰু আন সাধাৰণ বাণিজ্য ব্যৱসায় কৰি স্বাধীনৰূপে আছে।