জ্ঞান-মালা

ৱিকিউৎসৰ পৰা
[ বকলা ]

জ্ঞান-মালা।

শ্ৰীমতী হেমপ্ৰভা দাস।

[ প্ৰথম পৃষ্ঠা ]

 

জ্ঞান-মালা ৷

 

শ্ৰীমতী হেমপ্ৰভা দাস

 

প্ৰণীত ৷


———
 

PUBLISHED BY

GAUHATI

1909


———
 

মূল্য চাৰি অনা ৷

 

[ পাতনি ]

পাতনি।

 আমাৰ অসমীয়া ভাষাত সৰল নীতিপূৰ্ণ কিতাপৰ বৰ অভাব; ‘সাধুৰ’ আকাৰে উপদেশ দিয়া সৰল ভাষাৰ কিতাপে লৰাক যিদৰে উপদেশ দিযে সেইদৰে মনত আনন্দও দিযে; আৰু যি কামটো আমি ভালপাওঁ তাক সহজে শিকিব পাৰে। আৰু বহু কাল মনত থাকে ইয়াকে মনত ৰাখি সৰল মাত উপদেশ দিবৰ অৰ্থে এই পুথি লিখা হল। কিন্তু কিমান দূৰ সফল-কাম হব পাৰিছোঁ তাক কব নোৱাৰো। ইংৰাজী ভাষাৰ সৰু সৰু লৰা ছোবালীৰ কাৰণে লিখা কিতাপ বিলাৰ সকলোৰে আদৰ্শৰ যোগ্য। এই পুথি খনিও ইংৰাজী পুথিৰ ছায়ালৈ লিখা হল আৰু ভালেমান সাধু ইংৰাজী সাধুৰ পৰা অনুবাদ কৰা হইছে। সমশেষত শ্ৰীযুক্ত গৌৰীকান্ত তালুকদাৰ ডাঙ্গৰীয়াক কিতাপ খন ছপা কৰাৰ আৰু আন আন সকলো কামৰ ভাৰ লোৱা বাবে মোৰ অন্তৰৰ কৃতজ্ঞতা নজনাই থাকিব নোৱাৰিলো।

 
[  ]
 


PRINTED BY G C ROY
AT THE PARAGON PRESS
203-1-x, Cornwallis Street, Calcutta



 
[ সূচী পত্ৰ ]
 
সূচী পত্ৰ।
নিগনি পোৱালি
অহঙ্কাৰী হোৱা উচিত নহয়
বৰষুণ
হেম
উদ্ভিদ ১০
যিটো কাম আজি কৰিব পাৰা কালিলৈ পেলায় নথবা ১৩
পৰিথকা বস্তুত মামৰে ধৰে ১৬
উৰি ফুৰা মাছ ১৯
দুই বন্ধু ২৩
ৰাম ২৫
ধাত্ৰী পান্না ২৯
মৌমাখি ৩২
মেকুৰি ৩৪
দুখে সুখৰ মোল বুজায় ৩৮
সত্য কথা ৪০
কৃপণতা ৪৩
সিংহ ৪৬
পিতৃ মাতৃ ৫১
মাক আৰু জীয়েক ৫৫
ঈশ্বৰ ৬০


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )